Assam Sad Story For Girls! বন্ধু বান্ধৱী সকল এই Article ত আজি আমি কথা পাতিব ছোৱালী সকল মানুহে কিয় বেয়া দৃষ্টিৰে চায় বা ছোৱালী সকল কিয় বেয়া বৱহাৰ কৰে
মানুহে কয় ছোৱালী সকলৰ
নিজৰ কোনো ঘৰ নাথাকে
কিন্তু সত্য কথা এইটো ছোৱালী
সকল নোহোৱা কৈ কোনো
ঘৰেই সম্পুৰ্ণ নহয় ৷

আমি এখন এনে দেশত
বসবাস কৰো যত ছোৱালী
সকল নিৰাপদ নহয়
অলপ ৰাতি হলে বাহিৰত
অকলে ওলাব নোৱাৰে ৷

নিজৰ মন পছন্দৰ কাপোৰ
পিন্ধিব নোৱাৰে ।
কোনো লৰা বন্ধুৰ লগত ৰাস্তাত
কথা পাতিবৰ নোৱাৰে ।

লৰা সকলে শহুৰৰ ঘৰত গৈ
দুদিনো থাকিব নোৱাৰে কিন্তু
ছৈৱালী সকলে মা দেউতা
ভাই ভনী এৰি গোটেই জীৱন
শহুৰৰ ঘৰত কটাই

বেলেগেৰ লৰা জনে যদি
নিজৰ ছোৱালীৰ কথা শুনে
তেতিয়া লৰা জন গুনবান

আৰু নিজৰ লৰা জনে যদি
বোৱাৰীয়েকৰ কথা শুনে তেতিয়া
লৰা জন যথা মূখ পত্নীৰ গুলাম

এইটোৱে সমাজৰ বাস্তৱ চিত্ৰ ।

ছোৱালী সকলৰ জীৱন
মমবাতিৰ দৰে আনক
পোহৰ বিলাব যায় নিজেই
জ্বলি পূৰি শেষ হৈ যায় ৷
কিন্ত সেই দহন কোনোও বুজি নাপাই
বুজি নাপাই

ছোৱালী এজনীক যদি
ঘৰৰ পৰা চাই চিতি বিয়া
দিয়ে আৰু সংসাৰ খন ভাঙি
যাই তেতিয়া কয় তোমাৰ
ভাগ্যই বেয়া ।

আৰু যদি ছোৱালীজনীয়ে
ভাল পাই বিয়া হয় আৰু
সংসাৰ খন ভাঙি যায় তেতিয়া
কয় তুমি নিজে চাই গৈছিলা
তোমাৰ এনে হবহ।

মা দেউতাৰ আদৰৰ
ছোৱালীজনী যিয়ে এগিলাছ
পানিও ঢালি খোৱা নাছিল
তাহ আজি পাকৈত ৰান্ধনী
সকলোকে ৰান্ধি খুৱাই

সূৰস্বতী পূজাত তিনিজনী
মিলি মেখেলা চাদৰ পিন্ধোৱা
ছোৱালীজনী আজি সকলো
অকলে কৰি সংসাৰ
চলাই আছে

পাৰ্থক্য মাথো এটাই আগতে কষ্ট
পালে মাৰ কোলাত মূৰ থৈ
কান্দিছিল এতিয়া কষ্ট পালে
গাৰুটো বুকুত সাৱটি কান্দে ৷৷

ছোৱালী সকলে যিমানে সুখৰ
আশা কৰে সিমানেই কষ্ট পায়

ছোৱালী সকল বিয়াৰ পিছত
বোৱাৰী কম শহুৰৰ ঘৰৰ
সকলো প্ৰয়োজনত ব্যৱহাৰ
কৰা জীৱন্ত মেছিন বেছি হয়

সেইকাৰণে বিয়াৰ আগত
জানি লবা তুমি যাৰ কাৰণে
সমস্ত এৰি যাব ওলাইছা তেওঁৰ
কাৰণে তুমি প্রিয়জন নে ?
প্রয়োজন?

ছোৱালী সকলৰ Dictionary
মাথো দুটা শব্দ বেছি
ব্যৱহাৰ হয় Adjustment
and Sacrifice

প্রকৃত পুৰুষৰ চকুত নিজৰ
ঘৈণীজনী বিশ্ব সুন্দৰী আৰু
কাপুৰুষৰ চকুত আনৰ
ঘৈণীজনী সুন্দৰী

ছোৱালী সকল যিখন ঘৰত
জন্ম লয় সেইখন ঘৰৰে এদিন
অতিথি হৈ যায় দেউতাকে কয়
ছোৱালী জনী ঘৰত নাথাকিলে
খালি খালি লাগে। তাইয়েই ঘৰ

খন হাঁহি ফুৰ্তিৰে হাহাকাৰ কৰি
ভৰাই ৰাখে আৰু শহুৰৰ ঘৰত
কয় ইমান হাঁহি ফুৰ্তি হাহাকাৰ
নকৰিবা, মানুহে কি কব ?

নিজৰ ছোৱালী জনিয়ে কাম
নাজানিলে কয় মাকে তাইক
কাম কৰিবই দিয়া- ‘নাছিল স্কুল
কলেজ টিউচন, এইবোৰতে
ব্যস্ত আছিল

আৰু বোৱাৰীয়ে কাম
নাজানিলে কয়, ছোৱালী হৈ
জনম লৈছা এইখিনি কামো
শিকা নাইনে? ঘৰত কি
ষ্টাইল কৰি ঘুৰি আছিলা ?

ছোৱালী সকলৰ মনটো খুৱ নৰম
সিহঁতক যি ইচ্ছা তাকে কৰিব পাৰি
তেতিয়া হলে আপুনি ভুল হয়
সিহঁতৰ মনটো খুব নৰম সিহঁতক
মৰমেৰে সুখত ৰাখিব পাৰি

সিহঁতৰ অলপ যত্ন ললে অলপ
Care ললে আপোনাৰ কাৰণে
জীৱন টোও দিব পাৰে ।

সকলো মানুহ একে নহয় বহুতে
বোৱাৰীক ছোৱালীতকৈ বেছি
মৰম কৰে সেইসকলক মোৰ
শত শত প্রণাম ।

যি সকলে বোৱাৰীক নাম ধৰি
আৰু ছোৱালী জনিক মা বুলি
মাতে সেইসকলক কৈছো
আপোনালোকে অলপ বুজিব

চেষ্টা কৰক আপোনাৰ জনি
এতিয়া আপোনাৰ নহয় যিজনী
আপোনাৰ ওচৰত আছে
সেইজনিহে আপোনাৰ

কাৰণ
মৃত্যুৰ সময়ত শেষ পানীটোপা
কাষৰ জনীয়ে দিব লাগিব৷

ডাক্তৰে যেতিয়া ঘোষণা কৰিব
আপুনি আৰু এই পৃথিৱীত নাই
তেতিয়া হে তেওঁলোক আহিব

বন্ধ বান্ধৱী সকল যদি কাহিনীটোৰ পৰা অলপ কিবা বুজি উঠিছে তেতিয়া হলে এই কাহিনীটো আপোনাৰ আপোন জনৰ সৈতে Share কৰিব